Jihadi activities in Assam : ৰাজ্যৰ নিৰাপত্তাৰ দিশলৈ ভাবুকি মাতিছে জেহাদীয়ে

By

Published : Jul 29, 2022, 8:29 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

শেহতীয়াকৈ ৰাজ্যত ভয়ংকৰ ৰূপত শিপা মেলিছে জেহাদীয়ে (Bangladeshi Jihadi in Assam) ৷ বাংলাদেশৰ নিষিদ্ধ ঘোষিত সংগঠন আনছাৰুল্লা বাংলা টীমৰ সদস্যই অসমত বাহৰ পাতি ৰচনা কৰিছে ব্লুপ্ৰিন্ট (Ansarullah Bangla team)৷ জেহাদীৰ টাৰ্গেট অসমৰ কৰ্মঠ সংখ্যালঘু যুৱক ৷ সদস্য ভৰ্তিৰ অভিযান ইতিমধ্যেই আৰম্ভ কৰিছে জেহাদী গোটে ৷ মাদ্ৰাছা শিক্ষকৰ ৰূপত কাৰ্যকলাপ চলাইছে জেহাদী সদস্যই (Jihadi activities from madrasa in Morigaon) ৷ শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা জেহাদীৰ পৰা আৰক্ষীয়ে লাভ কৰিছে এই ভয়ংকৰ তথ্য ৷ জেহাদীৰ এই ব্যাপক কাৰ্য-কলাপে যেন ভাবুকি মাতি আনিছে ৰাজ্যৰ নিৰাপত্তাৰ দিশটোলৈ (Jihadi activities in Assam Madrasas) ৷ আৰক্ষীৰ অভিযানত হয়তো পুনৰ উদ্ঘাটত হ’ব জেহাদীৰ আন আন ঘাটি ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.