Esha Gupta video: চকুৰ টোপনি নাইকিয়া হৈ যাব আপোনাৰ ঈশা গুপ্তাৰ শেহতীয়া ভিডিঅ’ দেখি!
Published on: Aug 6, 2022, 5:33 PM IST

শুকুৰবাৰে মুম্বাইত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব’ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ঈশা গুপ্তাই । Lingerie ফেশ্বন ব্ৰেণ্ড এটৰ বাবে শ্ব’ষ্টপাৰ হৈ ৰেম্পত খোজ দিয়ে তাৰকাগৰাকীয়ে । উৰুৰ ওপৰলৈকে কটা আৰু corset bodice detail থকা ক’লা ৰঙৰ ড্ৰেছটোত ঈশাক সাংঘাতিক আকৰ্ষণীয় ৰূপত দেখা গৈছে । ড্ৰেছটোৰ সৈতে ঈশাই পিন্ধিছিল জিলিকি থকা এযোৰ stockings ৷
Loading...