Aryan Khan video: ৰঙা গোলাপৰ সৈতে আৰিয়ানৰ হাতত চুমা অনুৰাগীৰ

By

Published : Sep 16, 2022, 5:24 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

শ্বাহৰুখ খান আৰু গৌৰী খানৰ পুত্ৰ আৰিয়ান খান বলীউডৰ অন্যতম জনপ্ৰিয় ষ্টাৰকিড । আৰিয়ানৰ আছে এক বৃহৎ সংখ্যক অনুৰাগী । বৃহস্পতিবাৰে মুম্বাইলৈ উভতি অহাৰ সময়ত বিমানবন্দৰত দেখা যায় আৰিয়ানক (Aryan Khan spotted at airport) ।বিমানবন্দৰৰ পৰা ওলাই অহাৰ সময়ত তেওঁৰ সৈতে ফটো তুলিবলৈ কেইবাজনো অনুৰাগীয়ে তেওঁৰ ওচৰত ভিৰ কৰেহি । এজন অনুৰাগীয়ে আনকি আৰিয়ানক ৰঙা গোলাপ এপাহিও দিয়ে যাক চালাম দি সম্ভাষণ জনাই আৰিয়ানে (Aryan Khan video)। আৰিয়ানে সকলোৰে লগত ভদ্ৰ ভাৱে ফটো তোলে । এজন অনুৰাগীয়ে পটো তোলাৰ পিছত আৱেগিক হৈ আৰিয়ানৰ হাতত যাচিলে মৰম চুমা ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.