শিলচৰ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দুজনক

author img

By

Published : May 16, 2020, 2:40 PM IST

শিলচৰ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দুজনক

শনিবাৰে শিলচৰৰ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি পালে এজন পুৰুষ আৰু এগৰাকী মহিলাই ৷ 2018 চনৰ 14 এপ্ৰিলত শিলচৰ ডিটেনশ্যন কেম্পত বন্দী হৈছিল দীপক মালাকৰ আৰু বনেশা বেগম ৷

শিলচৰ, 16 মে’: শিলচৰৰ ডিটেনশ্যন কেম্পৰ পৰা শনিবাৰে মুক্তি পালে দীপক মালাকৰ নামৰ এজন পুৰুষ আৰু বনেশা বেগম নামৰ এগৰাকী মহিলাই ৷ 2018 চনৰ 14 এপ্ৰিল তাৰিখে ডিটেনশ্যন কেম্পত বন্দী হোৱাৰ পিছত সুদীৰ্ঘ দুবছৰৰ মূৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে মুক্তি পালে দুয়োজনে ৷

শিলচৰ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দুজনক
শিলচৰ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দুজনক


ডিটেনশ্যন কেম্পৰ পৰা মুক্তি পাই নিজ ঘৰলৈ যোৱাৰ আনন্দ প্ৰকাশ কৰে দীপক মালাকৰ আৰু বনেশা বেগমে ৷

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.