বৈঠালাংছ'ত বিকল ইভিএম

author img

By

Published : Apr 18, 2019, 10:34 AM IST

বৈঠালাংছ'ৰ মাইনি তেৰণ প্ৰাথমিক বিদ্যালয়ৰ 104 নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিজুতিৰ বাবে পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

কাৰ্বি আংলং,18 এপ্ৰিল: বৈঠালাংছ'ত ইভিএমৰ বিসংগতি । 7 বজাৰ সলনি 9 বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

বৈঠালাংছ'ৰ মাইনি তেৰণ প্ৰাথমিক বিদ্যালয়ৰ 104 নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিজুতিৰ বাবে পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ 9 বজাৰ পৰাহে কেন্দ্ৰটোত আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

Intro:Body:বৈঠালাংছ'ৰ মাইনি তেৰণ প্ৰাথমিক বিদ্যালয়ৰ ১০৪ নং ভোট গ্ৰহন কেন্দ্ৰত ইভিএম বিজুতিৰ বাবে ভোট দান আৰম্ভ হোৱাত পলম।পুৱা ৯ বজাত আৰম্ভ ভোট গ্ৰহন প্ৰক্ৰিয়া।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.