Weapons recovered in Majbat: গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্ৰ

author img

By

Published : Dec 10, 2022, 1:19 PM IST

Weapons recovered in Majbat

মাজবাটত উদ্ধাৰ মাৰণাস্ত্ৰ (Weapons recovered) ৷ অসম অৰুণাচল সীমান্তৰ 2 নং চিকাৰীডাঙাত শুকুৰবাৰে নিশা আৰক্ষীয়ে চলাইছিল অভিযান ৷ অভিযানকালত গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ দুটাকৈ মাৰণাস্ত্ৰ ৷

  • মাজবাটত উদ্ধাৰ মাৰণাস্ত্ৰ(Weapons recovered)
  • অসম অৰুণাচল সীমান্তৰ 2 নং চিকাৰী ডাঙাত শুকুৰবাৰে নিশা আৰক্ষীয়ে চলাইছিল অভিযান
  • অভিযানকালত গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ দুটাকৈ মাৰণাস্ত্ৰ
  • ইয়াৰে এটা ৰাছিয়াত নিৰ্মিত SKS চেমি অটমেটিক ৰাইফল
  • ‌তাৰোপৰি এটা পিষ্টল, ৪৩ জাই ৰাইফলৰ সজীৱ গুলী আৰু ৬২ জাই পিষ্টলৰ সজীৱ গুলীও উদ্ধাৰ হয় অভিযানত
  • ওদালগুৰি আৰক্ষী আৰু মাজবাট আৰক্ষীৰ নেতৃত্বত চলিছিল এই অভিযান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.