Road Accident in Udalguri: দৰং ওদালগুৰি সীমান্তৰ লালপুলত পথ দুৰ্ঘটনা

author img

By

Published : Nov 18, 2022, 10:10 PM IST

Updated : Nov 18, 2022, 10:59 PM IST

Road Accident in Udalguri

ৰং ওদালগুৰি সীমান্তৰ লালপুলত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুখন মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষ ৷ দুৰ্ঘটনাটোত এজন চালকৰ ভৰিত সোমালে আইৰণ ৰড ৷ ইয়াৰ পিছতেই সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷

  • দৰং ওদালগুৰি সীমান্তৰ লালপুলত ভয়ংকৰ পথ দুৰ্ঘটনা
  • দুখন মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষ
  • দুৰ্ঘটনাটোত এজন চালকৰ ভৰিত সোমালে আইৰণ ৰড
  • ইয়াৰ পিছতেই সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি
    দৰং ওদালগুৰি সীমান্তৰ লালপুলত পথ দুৰ্ঘটনা
  • মঙলদৈ দিশৰ পৰা তেজপুৰ অভিমূখে গৈ আছিল দুখন মালবাহী ট্ৰাক
  • গৈ থকা অৱস্থাতে পিছফালৰ পৰা মহতিয়ালে এখনে আনখন ট্ৰাকক
  • ঘটনাস্থলীত উপস্থিত হৈছে দলগাঁও আৰক্ষীৰ এটা দল
  • চালকজনৰ ভৰিত সোমোৱা আইৰণ ৰড কাটি উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত
Last Updated :Nov 18, 2022, 10:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.