Road accident in Tamulpur: তামুলপুৰত কাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন

author img

By

Published : Nov 28, 2022, 10:43 AM IST

Person killed in road accident in Tamulpur

তামুলপুৰৰ বাৰেইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা ৷ সোমবাৰে পুৱাই সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো ৷ চাৰিচকীয়া বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ (Road accident in Tamulpur) ৷

  • তামুলপুৰৰ বাৰেইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা
  • সোমবাৰে পুৱাই সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো
  • চাৰিচকীয়া বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ(Road accident in Tamulpur)
  • দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাইক আৰোহীজন
  • বাইক আৰোহীজন তামুলপুৰৰ ঘোগমাৰীৰ কমল দাস (34) বুলি জানিব পৰা গৈছে
  • ৰংজুলীৰ বন্ধন বেংকত কৰ্মৰত আছিল নিহত যুৱকজন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.