ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Sep 17, 2022, 8:32 PM IST

Updated : Sep 17, 2022, 9:12 PM IST

Terrible fire broke out in Doom Dooma

ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড (Fire broke out in Doom Dooma) ৷ অগ্নিকাণ্ডত ভস্মীভূত হয় এটা বাসগৃহ ৷ মানখোৱা চাহ বাগিচাৰ সমীপৰ ১ নং এঠেংঙীয়াৰ বীৰ সিং মানকি নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

  • ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড (Massive Fire broke out in Tinsukia)
  • অগ্নিকাণ্ডত ভস্মীভূত হয় এটা বাসগৃহ
  • মানখোৱা চাহ বাগিচাৰ সমীপৰ ১ নং এঠেংঙীয়াৰ বীৰ সিং মানকি নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড
  • বাতৰি যুগুতোৱাৰ সময়লৈকে উপস্থিত হোৱা নাই অগ্নিনিৰ্বাপন বাহিনীৰ বাহন
  • অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই
  • অগ্নিকাণ্ডত বীৰ সিং মানকিৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়
  • জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি
    ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড
Last Updated :Sep 17, 2022, 9:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.