হাটশিঙিমাৰীৰ বটতলাত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Oct 26, 2020, 2:18 PM IST

Terrible fire in Hatsingimari

দেওবাৰে নিশা গাঁওখনৰ সাহিনুৰ ইছলাম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত বিদ্যুৎ স্পৃষ্টৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ ইপিনে,অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় প্ৰায় 40 লাখ টকাৰ সামগ্ৰীৰ লগতে বহু নথি-পত্ৰ ৷

ধুবুৰী,26অক্টোবৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাটশিঙিমাৰীৰ কাষৰীয়া বটতলাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ দেওবাৰে নিশা গাঁওখনৰ সাহিনুৰ ইছলাম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত বিদ্যুৎস্পৃষ্টৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

ইপিনে,অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় প্ৰায় 40 লাখ টকাৰ সামগ্ৰীৰ লগতে বহু নথি-পত্ৰ ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ ইতিমধ্যে মেঘালয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃমালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.