মানকাচৰত সাংগঠনিক শক্তি প্ৰদৰ্শন অগপৰ

author img

By

Published : Jan 13, 2021, 5:15 PM IST

AGP bike rally at mancachar

মানকাচৰত 21 ৰ নিৰ্বাচনৰ উপলক্ষে সাংগঠনিক শক্তি প্ৰদৰ্শন কৰিলে অসম গম পৰিষদ দলে ৷ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ নেতৃত্বত এক যুৱ সমাৰোহৰ আয়োজন কৰি অগপই শক্তি প্ৰদৰ্শন কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা আদি ৷

ধুবুৰী,13 জানুৱাৰী : উৰুকা দিনাই মানকাচৰত 21 ৰ নিৰ্বাচনৰ উপলক্ষে সাংগঠনিক শক্তি প্ৰদৰ্শন কৰিলে অসম গণ পৰিষদ দলে ৷ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ নেতৃত্বত এক যুৱ সমাৰোহৰ আয়োজন কৰি অগপই শক্তি প্ৰদৰ্শন কৰে ৷

AGP bike rally at mancachar
AGP ৰ বাইক ৰেলী

এই উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা মানকাচৰৰ শিশু পাৰ্ক লৈ এটা বৃহৎ বাইক ৰেলী উলিওৱা হয় ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলা যুৱ পৰিষদ আৰু মানকাচৰ বিধান পৰিষদৰ উদ্যোগত উলিওৱা এই ৰেলীত শতাধিক অগপৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

AGP bike rally at mancachar
সাংগঠনিক শক্তি প্ৰদৰ্শন অগপৰ

উল্লেখ্য যে, উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা আদি ৷

লগতে পঢ়ক : শিলচৰত বিজয় সংকল্প সভাত অংশগ্ৰহণ জে পি নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.