Youth arrested with drugs: তেজপুৰত ড্ৰাগছসহ আটক দুজন যুৱক

author img

By

Published : Nov 23, 2022, 7:23 AM IST

Youth arrested with drugs in Tezpur Sonitpur

শোণিতপুৰ জিলাৰ তেজপুৰত ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ সফলতা ৷ আৰক্ষীয়ে চলোৱা দুটা পৃথক অভিযানত হেৰ’ইনসহ আটক দুজন যুৱক (Youth arrested with drugs) ৷

  • শোণিতপুৰ জিলাৰ তেজপুৰত ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ সফলতা
  • মহাভৈৰৱ আৰক্ষীয়ে চলোৱা অভিযানত হেৰ’ইনসহ আটক ৰাজিমুল হুছেইন নামৰ এজন যুৱক (Youth arrested with drugs)
  • ধৃত ৰাজিমুল হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা জব্দ ১০ গ্ৰাম হেৰ’ইন
  • লগতে জব্দ AS 12 Y 2203 নম্বৰৰ এখন পালছাৰ বাইক
  • সমান্তৰালভাৱে শালণীবাৰি আৰক্ষীয়ে আটক কৰিলে আব্দুল জব্বৰ নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক (Drugs paddler arrested)
  • শেহতীয়াকৈ জিলাখনৰ বিভিন্ন অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ এখন বিশাল বজাৰ গা কৰি উঠাৰ অভিযোগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.