Livestock died in Tezpur: তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু

author img

By

Published : Nov 25, 2022, 7:22 AM IST

তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু

তেজপুৰত শোকাৱহ ঘটনা (Livestock died in Tezpur) ৷ বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ পশুধনৰ মৃত্যু ৷ বনৰীয়া গাহৰি ধৰিবলৈ পতা বৈদ্যুতিক ফান্দত (হাকুতা) পৰিল দুটাকৈ পশুধন ৷

  • তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ পশুধনৰ মৃত্যু(Livestock died in Tezpur)
  • বনৰীয়া গাহৰি ধৰিবলৈ বৈদ্যুতিক ফান্দ (হাকুতা) পাতিছিল দুষ্কৃতিকাৰীয়ে
  • কিন্তু গাহৰিৰ পৰিৱৰ্তে বৈদ্যুতিক ফান্দত পৰিল এটা ম’হ আৰু ষাড় গৰু
  • মৃত্যু হয় হৰেন কলিতা নামৰ লোকজনৰ পশুধন দুটা
  • বৃহস্পতিবাৰে পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে পশুধন দুটা
  • খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত বেবেজীয়া আৰক্ষী উপস্থিত হৈ জব্দ কৰে বৈদ্যুতিক সংযোগ কৰা ফান্দ
  • তেজপুৰৰ বেবেজীয়া আৰক্ষী থানাৰ অন্তৰ্গত বেছেৰীয়া আলিপাৰত সংঘটিত হয় এই ঘটনাটো
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.