ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন

author img

By

Published : Sep 26, 2022, 11:09 AM IST

Updated : Sep 26, 2022, 12:22 PM IST

large-amount-of-hidden-treasure-recovered-in-sonitpur

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অলিছিঙাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন (Large amount of hidden treasure recovered ) ৷ আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এই গুপ্তধনখিনি ৷

  • শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অলিছিঙাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন(Large amount of hidden treasure recovered )
  • ঘৰৰ চোতালত পুতি থোৱা আছিল এই বৃহৎ পৰিমাণৰ ধনখিনি
  • আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এই গুপ্তধনখিনি
  • ঘৰৰ বাৰান্দাৰ চিৰিৰ তলত গাঁত খান্দি এটা ট্ৰাংকৰ ভিতৰত পুঁতি থৈছিল এই ধনখিনি
  • উদ্ধাৰ হোৱা গুপ্তধনখিনিৰ পৰিমাণ প্ৰায় 15 লাখ টকা বুলি আৰক্ষীয়ে জনায়
Last Updated :Sep 26, 2022, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.