শিৱসাগৰ নগৰত নিৰ্মীয়মান ভৱনৰ পৰা পৰি এজনৰ মৃত্যু

author img

By

Published : Sep 27, 2022, 1:20 PM IST

Worker died after falling from building in Sivasagar

শিৱসাগৰ নগৰত অঘটন ৷ নিৰ্মীয়মান বিল্ডিঙৰ পৰা পৰি মৃত্যু এজন বনুৱাৰ (Worker died after falling from building) ৷ আমোলাপট্টিৰ এক নিৰ্মীয়মান বিল্ডিঙৰ কামত নিয়োজিত হৈ আছিল বনুৱাজন ৷

  • শিৱসাগৰ নগৰত অঘটন
  • নিৰ্মীয়মান বিল্ডিঙৰ পৰা পৰি মৃত্যু এজন বনুৱাৰ (Worker died after falling from building)
  • আমোলাপট্টিৰ এক নিৰ্মীয়মান বিল্ডিঙৰ কামত নিয়োজিত হৈ আছিল বনুৱাজন
  • কৰ্মৰত অৱস্থাতে দেহেশ্বৰ কোঁৱৰ নামৰ লোকজন হঠাৎ বিল্ডিঙৰ পৰা তলত সৰি পৰে
  • গুৰুতৰভাৱে আহত কোঁৱৰক ততাতৈয়াকৈ সমীপৰ এখন ব্যক্তিগত চিকিৎসালয়লত ভৰ্তি কৰোৱা হয়
  • অৱস্থা অধিক সংকটজনক হোৱাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
  • কিন্তু অসামৰিক চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয় দেহেশ্বৰ কোঁৱৰৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.