হেলমেট নিপিন্ধাৰ বাবে যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীয়ে

author img

By

Published : Sep 19, 2022, 9:49 AM IST

Updated : Sep 19, 2022, 10:55 AM IST

youth allegedly beaten up by police for not wearing helmet

কলিয়াবৰ মহকুমাৰ আমবাগান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ৷ নাকা চেকিঙৰ নামত হেলমেট পৰিধান নকৰাৰ বাবেই এজন যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ আমবাগান আৰক্ষীৰ বিৰুদ্ধে (youth allegedly beaten up by police) ৷

  • কলিয়াবৰৰ আমবাগান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি
  • নাকা চেকিঙৰ নামত আমবাগান আৰক্ষীয়ে গুণ্ডাগিৰী কৰা অভিযোগ
  • হেলমেট পৰিধান নকৰাৰ বাবে দেওবাৰে নিশা এজন যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীয়ে
  • মাগুৰমাৰীৰ পৰা আমবাগান অভিমুখে গৈ থকা অৱস্থাত মুস্তফা আহমেদ নামৰ যুৱকজনক প্ৰহাৰ কৰে আৰক্ষীয়ে
  • স্থানীয় লোকে ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে আঘাতপ্ৰাপ্ত যুৱকজনক
  • আমবাগান আৰক্ষীয়ে অভিযোগ নস্যাৎ কৰি যুৱকজনে বেৰিকেডত খুন্দা মৰা বুলি জানিবলৈ দিয়ে
Last Updated :Sep 19, 2022, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.