Journalist Basanta Kumar Sarma passes away: জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ মৃত্যু

author img

By

Published : Nov 10, 2022, 10:30 PM IST

Updated : Nov 10, 2022, 10:54 PM IST

Journalist Basanta Kumar Sarma passes away

বৃহস্পতিবাৰে বিয়লি ২.৪০ বজাত শেষ নিশ্বাস ত্যাগ নগাঁৱৰ দক্ষিণপাটৰ জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ (Journalist Basanta Kumar Sarma passes away) ৷ চিকিৎসাৰ বাবে এম্বুলেন্সৰে গুৱাহাটীলৈ নি থকা অৱস্থাত ৰহাত মৃত্যু ৷

  • নগাঁৱৰ দক্ষিণপাটৰ জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ মৃত্যু (Senior journalist of Assam Basanta Kumar Sarma )
  • ৪৩ বছৰ বয়সত বৃহস্পতিবাৰে বিয়লি ২.৪০ বজাত শেষ নিশ্বাস ত্যাগ
  • চিকিৎসাৰ বাবে এম্বুলেন্সৰে গুৱাহাটীলৈ নি থকা অৱস্থাত ৰহাত মৃত্যু (Journalist Basanta Kumar Sarma passes away)
  • উচ্চ ৰক্তচাপত বুধবাৰে নিশা ঘৰতেই অসুস্থ হৈ পৰিছিল তেওঁ
  • ভৰ্ত্তি কৰোৱা হৈছিল নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত
  • বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল গুৱাহাটীলৈ
  • "আজিৰ বাতৰি"ৰ জৰিয়তে 1996 চনত সংবাদসেৱা আৰম্ভ কৰিছিল তেওঁ
  • দৈনিক অগ্ৰদূত কাকতৰ উপ সম্পাদক, প্ৰাইম নিউজৰ চীফ ৰিপ'ৰ্টাৰ, প্ৰাগ নিউজৰ চীফ ৰিপ'ৰ্টাৰো আছিল শৰ্মা
  • শেহতীয়াকৈ এটা নিউজ প'ৰ্টেলৰ সৈতে জড়িত আছিল তেওঁ
  • সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ
  • লগতে সাংবাদিক মহলতো পৰিছে শোক ছাঁ
Last Updated :Nov 10, 2022, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.