চামগুৰিত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন

author img

By

Published : Oct 3, 2022, 4:41 PM IST

Road accident at Samoguri, two dead

দুৰ্গা পূজাৰ মহাষ্টমীৰ পুৱাতেই চামগুৰিৰ ডাউনটাউন ৰিজৰ্টৰ সমীপত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Samoguri) ৷ মটৰ চাইকেল আৰু দহচকীয়া ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় দুই মটৰচাইকেল আৰোহী (Two dead in road accident)৷

  • চামগুৰিৰ ডাউনটাউন ৰিজ’ৰ্টৰ সমীপত শোকাৱহ পথ দুৰ্ঘটনা
  • দুৰ্গা পূজাৰ মহাষ্টমীৰ পুৱাতেই মটৰ চাইকেল আৰু দহচকীয়া ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ
  • থিতাতে নিহত হয় দুই মটৰচাইকেল আৰোহী
    মটৰ চাইকেল আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত দুজন নিহত
  • দুৰ্ঘটনাটো সংঘটিত কৰিয়েই গুৱাহাটীৰ দিশে পলায়ন কৰে দ্ৰুতবেগী দহচকীয়া ট্ৰাকখনে
  • নিহত দুজন চৰাইদেউৰ বৰহাটৰ পাপু গগৈ, আনজন একে গাঁৱৰে বিপুল গগৈ
  • নিহত পাপু গগৈ বৰহাট গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িত
  • দুয়োজন গুৱাহাটীৰ দিশৰ পৰা শিৱসাগৰ অভিমুখে গৈ আছিল
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.