স্বাধীনতা কাপ ফুটবলৰ চূড়ান্ত বিজয়ী অইল ইণ্ডিয়া দুলিয়াজান

author img

By

Published : Sep 24, 2022, 9:26 PM IST

Oil India Duliajan win Independence Cup football

স্বাধীনতা কাপ ফুটবলত খিতাপ দখল কৰিলে অইল ইণ্ডিয়া দুলিয়াজানে (Oil India Duliajan win Independence Cup football) ৷ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চূড়ান্ত খেলত আচাম ৰাইফলছক ১-০ গ'লত পৰাস্ত কৰে খিতাপ অর্জন কৰা অইল ইণ্ডিয়া দুলিয়াজানে ৷

  • স্বাধীনতা কাপ ফুটবলৰ চূড়ান্ত খিতাপ লাভ কৰিলে অইল ইণ্ডিয়া দুলিয়াজানে (Oil India Duliajan win Independence Cup football)
  • চূড়ান্ত খেলত আচাম ৰাইফলছক ১-০ গ'লত পৰাস্ত কৰি খিতাপ অর্জন কৰে অইল ইণ্ডিয়া দুলিয়াজানে
  • উল্লেখ্য যে, নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হয় এই চূড়ান্ত খেলখন
  • নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল উক্ত ফুটবল প্ৰতিযোগিতাখন (Independence Cup football)
  • চূড়ান্ত খেলখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কমনৱেলথ গেমছৰ সোণৰ পদক বিজয়ী নয়নমণি শইকীয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.