Police firing in Nagaon: ৰূপহীহাটৰ যুৱকক গুলীওৱা প্ৰসংগত ভুল স্বীকাৰ আৰক্ষী অধীক্ষকৰ

author img

By

Published : Nov 29, 2022, 7:30 AM IST

Updated : Nov 29, 2022, 12:04 PM IST

Nagaon SP admitted mistake in shooting of youth in Rupohihat

ৰূপহীহাটত যুৱকক গুলীওৱা প্ৰসংগ: ভুল স্বীকাৰ কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই ৷ ভুলবশতঃ নগাঁও আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল ৰাজিবুল হক (Police firing in Nagaon) ৷

  • ৰূপহীহাটত যুৱকক গুলীওৱা প্ৰসংগ: ভুল স্বীকাৰ কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই
  • ভুলবশতঃ নগাঁও আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল ৰাজিবুল হক নামৰ এজন যুৱক(Police firing in Nagaon)
  • ৰাজিবুলৰ বাইকৰ চকালৈ লক্ষ্য কৰি গুলীয়াইছিল আৰক্ষীয়ে
  • আৰক্ষীৰ গুলীয়ে ভেদ কৰিছিল যুৱকজনৰ এখন ভৰি (Nagaon SP admitted mistake)
  • সোমবাৰে নিশা ডকাইতৰ সন্ধানত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়তে সংঘটিত হয় এই ঘটনাটো
  • অভিযানৰ সময়ত ৰূপহীহাটৰ গুণাবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰে দুটাকৈ ডকাইতক
  • ধৃত ডকাইত দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা মাৰণাস্ত্ৰও
  • একে সময়তে ৰূপহীহাটৰ শিঙিমাৰীত আন এটা ডকাইতৰ সন্ধানত আৰক্ষীয়ে চলাইছিল অভিযান
  • এই অভিযানৰ মাজতেই ৰূপহীহাট আৰক্ষীৰ গুলীত আহত হয় নিৰীহ যুৱক ৰাজিবুল হক
    ৰূপহীহাটৰ যুৱকক গুলীওৱা প্ৰসংগত ভুল স্বীকাৰ আৰক্ষী অধীক্ষকৰ
Last Updated :Nov 29, 2022, 12:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.