নগাঁও আৰক্ষীয়ে জব্দ কৰিলে গৰুভৰ্তি বাহন

author img

By

Published : Sep 30, 2022, 6:48 AM IST

নগাঁও আৰক্ষীয়ে জব্দ কৰিলে গৰুভৰ্তি বাহন

নগাঁৱত গৰুভৰ্তি বাহন জব্দ ৷ চোৰাংভাৱে সৰবৰাহ কৰা 9 টা গৰু জব্দ কৰিছে নগাঁও আৰক্ষীয়ে (Cattle sized in Nagaon)৷

  • নগাঁৱত গৰুভৰ্তি বাহন জব্দ(Cattle sized in Nagaon)
  • ধেমাজিৰ বগীবিলৰ পৰা চোৰাংভাৱে বিক্ৰীৰ বাবে আনিছিল ৯ টা গৰু(Illegal transportation of cattle in Nagaon)
  • নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীয়ে তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় গৰুকেইটা
  • গৰুৰ লগতে AS-05-AC-1605 নম্বৰৰ বাহনখনো জব্দ কৰিছে আৰক্ষী
  • বাহনখনৰ চালক আচাদুল ইছলাম আৰু হেণ্ডিমেন অমিত নায়কক সোধা-পোছাৰ বাবে আটক
  • আৰক্ষীৰ চকুত ধূলি দিবলৈ ধানৰ বস্তাৰ মাজত লুকুৱাই আনিছিল জব্দ হোৱা গৰুকেইটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.