Road accident at Samaguri : পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক তপন কুমাৰ বৰা

author img

By

Published : Oct 30, 2022, 10:00 AM IST

Road accident at Samaguri

নগাঁৱত অঘটন ৷ শনিবাৰে নিশা প্ৰায় 10 বজাত নগাঁৱৰ পুৰণিগুদামত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Samaguri) ৷ এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় নগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তপন কুমাৰ বৰা ৷

  • নগাঁৱত পথদুৰ্ঘটনা
  • শনিবাৰে নিশা প্ৰায় 10 বজাত নগাঁৱৰ পুৰণিগুদামত সংঘটিত হয় এই পথ দুৰ্ঘটনা (Road accident at Samaguri)
  • এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় নগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক (Journalist injured in a road accident)
  • আহত সাংবাদিকগৰাকীৰ নাম তপন কুমাৰ বৰা
  • বৰ্তমান নগাঁৱৰ ছিমছ হাস্পতালত চিকিৎসাধীন হৈ আছে আহত সাংবাদিকগৰাকী
  • তথ্য অনুসৰি, বৰ্তমান সংকটমুক্ত যদিও আজি এক অস্ত্ৰোপ্ৰচাৰ কৰা হ’ব সাংবাদিকগৰাকীৰ
  • জানিব পৰা মতে, তীব্ৰবেগী বাইকৰ খুন্দাতে গুৰুতৰভাৱে আহত হয় সাংবাদিক তপন কুমাৰ বৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.