ৰহাত ট্ৰাকসহ জব্দ চোৰাংকৈ সৰবৰাহ কৰা গো-ধন

author img

By

Published : Sep 30, 2022, 8:56 AM IST

ৰহাত ট্ৰাকসহ জব্দ চোৰাংকৈ সৰবৰাহ কৰা গৰু

ৰহাত ট্ৰাকসহ জব্দ ২০ টা গো-ধন (Cattle seized at raha) ৷ আৰক্ষীয়ে জব্দ কৰিছে AS 02 BC 4210 নম্বৰৰ গৰু সৰবৰাহ কৰা ট্ৰাকখন ৷

  • ৰহাত ট্ৰাকসহ জব্দ ২০ টা গো-ধন (Cattle seized at raha)
  • ৰহা আৰক্ষীয়(Raha Police Station) নিশা অভিযান চলাই বেটেলিয়ন চাৰিআলিৰ পৰা জব্দ কৰে গৰুকেইটা
  • আৰক্ষীয়ে জব্দ কৰিছে AS 02 BC 4210 নম্বৰৰ গৰু সৰবৰাহ কৰা ট্ৰাকখন
  • নগাঁৱৰ জুৰীয়াৰ পৰা যোৰাবাটলৈ গৰুকেইটা নি থকাৰ সন্দেহ(Illegal transportation of cow at Raha)
  • ট্ৰাকখনৰ চালক-হেণ্ডিমেনকো আটক কৰে আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.