Drugs Peddler arrested: চামগুৰি আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Nov 29, 2022, 8:58 AM IST

Updated : Nov 29, 2022, 10:40 AM IST

Drugs Peddler arrested with drugs in Samaguri

চামগুৰি আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান ৷ অভিযান কালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী (Drugs Peddler arrested in Samaguri) ৷

  • চামগুৰি আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান
  • চামগুৰিৰ শিৱস্থান আৰক্ষী চকীৰ অন্তৰ্গত ১ নং গৰুমৰাত চলিছিল আৰক্ষীৰ এই অভিযান
  • অভিযানকালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক (Drugs Peddler arrested in Samaguri)
  • ৯.১১ গ্ৰাম হেৰ’ইন আৰু ড্ৰাগছৰ ৭৫ টা কণ্টেইনাৰসহ ১০৪ টা খালি কণ্টেইনাৰ জব্দ (Drugs seized)
  • ধৃত ইদ্ৰিছ আলিৰ পৰা ৯ টা মোবাইল ফোনকে ধৰি ৬৫ হাজাৰ নগদ ধন আৰু এখন বাহন জব্দ কৰিছে আৰক্ষীয়ে
    চামগুৰি আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী
Last Updated :Nov 29, 2022, 10:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.