Body recovered in Nagaon: নগাঁৱৰ সোণাইঘাট হাইস্কুলৰ সমীপত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Nov 27, 2022, 11:25 AM IST

Body recovered at Sonaighat High school in Nagaon

নগাঁৱত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ (Body recovered at Sonaighat High school) ৷ সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ (Sonaighat High school) ৷ মৃতদেহটোৰ ওচৰতে নিচাজাতীয় সামগ্ৰী প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷

  • নগাঁৱত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ (Body recovered in Nagaon)
  • সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ (Sonaighat High school)
  • মৃতদেহটোৰ ওচৰতে নিচাজাতীয় সামগ্ৰী প্ৰত্যক্ষ কৰে স্থানীয় লোকে (Body recovered with narcotics)
  • মুখেৰে ফেন ওলাই থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো
নগাঁৱৰ সোণাইঘাট হাইস্কুলৰ সমীপত উদ্ধাৰ যুৱকৰ মৃতদেহ
  • মৃত যুৱকজনৰ পৰিচয় বাতৰি প্ৰস্তুত কৰা সময়লৈকে উদ্ধাৰ হোৱা নাই
  • ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে হয়বৰগাঁও আৰক্ষীক
  • ঘটনাস্থলীত পলমকৈ আৰক্ষী উপস্থিত হোৱাৰ অভিযোগ
  • পুনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই উদঙালে নগাঁও আৰক্ষীৰ নিৰাপত্তাৰ প্ৰকৃত ছবি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.