Man died in Morigaon: ইটাভাটাৰ মেচিনৰ চেপাত পৰি কৰুণ মৃত্যু এজনৰ
Published on: Nov 15, 2022, 10:16 PM IST

Man died in Morigaon: ইটাভাটাৰ মেচিনৰ চেপাত পৰি কৰুণ মৃত্যু এজনৰ
Published on: Nov 15, 2022, 10:16 PM IST
মৰিগাঁও দমাল হীৰাগাঁৱত মঙলবাৰে সংঘটিত হয় এটা শোকাৱহ দুৰ্ঘটনা । ইটাভাটাৰ মেচিনৰ চেপাত কৰুণ মৃত্যু এজন লোকৰ । মৃত্যু হোৱা লোকজনৰ নাম পাটৰ মেধি ওৰফে পাটৰ হীৰা (৫৫) (Man died in Morigaon) বুলি জানিব পৰা গৈছে ।
- মৰিগাঁৱৰ দমাল হীৰাগাঁৱত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা
- ইটাভাটাৰ মাটি গোলা মেচিনৰ চেপাত কৰুণ মৃত্যু এজন লোকৰ
- মৃত্যু হোৱা লোকজনৰ নাম পাটৰ মেধি ওৰফে পাটৰ হীৰা (৫৫)
- দমাল-মাটিপৰ্ব ৰোডত থকা চামচুল হকৰ মালিকানাধীন MSB ইটাভাটাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো
- ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন মেচিনৰ চালক তথা মালিক চামচুল হকৰ
- ঘটনাস্থলীত ধৰমতুল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰেইটাভাটাৰ মেচিনৰ চেপাত পৰি কৰুণ মৃত্যু এজনৰ

Loading...