Allegation of fraud: লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ
Published on: Dec 5, 2022, 10:39 AM IST


Allegation of fraud: লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ
Published on: Dec 5, 2022, 10:39 AM IST
লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়কক গ্ৰেপ্তাৰ ৷ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচৰ বেহা চলাৰ অভিযোগ (Allegation of fraud) ৷ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ হৈছে নন্দন বৰা নামৰ কৰ্মচাৰীজন (Revenue circle office employee arrested) ৷
- লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়কক গ্ৰেপ্তাৰ (Revenue circle office employee arrested)
- লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচৰ বেহা চলাৰ অভিযোগ (Allegation of fraud)
- ঘটনা সন্দৰ্ভত চক্র বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়কক গ্ৰেপ্তাৰ
- বিভিন্ন উৎসৰ পৰা জালিয়তিৰে ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ উচ্চ সহায়ক নন্দন বৰাক
- দেওবাৰে নিশাৰ ভাগত লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নন্দন বৰাক
- ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ হৈছে নন্দন বৰা
- ধৃত কৰ্মচাৰীজনক সম্প্রতি সদৰ থানাত আৰক্ষীয়ে সোধাপোচা কৰি আছে

Loading...