কোকৰাঝাৰত দুৰ্বৃত্তৰ গুলীত আহত এজন

author img

By

Published : Sep 30, 2022, 11:44 AM IST

Kokrajhar

ৰাজ্যৰ চাৰিওফালে দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি চলিছে (Durga Puja preparation)। তাৰ মাজতে কোকৰাঝাৰত নিশা গুলীচালনাৰ ঘটনা (Firing in Kokrajhar)। গুলীবিদ্ধ অক্সিগুৰি গাঁৱৰ জেহৰুল শ্বেখ নামৰ এজন লোক । সংকটজনক অৱস্থাত লোকজনক কোকৰাঝাৰ ৰূপনাথ ব্রহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

  • কোকৰাঝাৰত নিশা চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা
  • টেলিপৰাত দুৰ্বৃত্তৰ গুলীত গুৰুৰভাৱে আঘাত এজন লোক (One injured in Kokrajhar firing)
  • সংকটজনক অৱস্থাত লোকজনক ৰূপনাথ ব্রহ্ম চিভিল হাস্পতালত ভৰ্তি
  • ভুক্তভোগী লোকজন অক্সিগুৰি গাঁৱৰ জেহৰুল শ্বেখ
  • ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে
  • দুৰ্গোৎসৱৰ আনন্দ উল্লাহৰ মাজতে সংঘটিত এই ঘটনাকলৈ শংকিত ৰাইজ
  • সমগ্ৰ ঘটনাক ABMSU, AAMSU আৰু স্থানীয় সংগঠনৰ গৰিহণা
  • দোষীক অতিশীঘ্ৰে আটক কৰাৰ দাবী সংগঠনসমূহৰ
    কোকৰাঝাৰত দুৰ্বৃত্তৰ গুলীত আহত এজন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.