Massive fire breaks out: বদৰপুৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Dec 31, 2022, 11:35 AM IST

Terrible fire broke out in Badarpur

বদৰপুৰত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Massive fire breaks out Badarpur) ৷ অগ্নিকাণ্ডত জাহ যায় বাদেউত্তৰ গাঁৱৰ ফাৰুক আহমেদ আৰু ফখৰ উদ্দিনৰ বাসগৃহ ৷

  • বদৰপুৰৰ বাদেউত্তৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড(Massive fire breaks out Badarpur)
  • বাদেউত্তৰ গাঁৱৰ ফাৰুক আহমেদ আৰু ফখৰ উদ্দিনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড
  • অগ্নিকাণ্ডৰ ফলত ফাৰুক আহমেদ আৰু ফখৰ উদ্দিনৰ বাসগৃহকে ধৰি সকলো সা-সম্পত্তি জুইত জাহ যায়
  • শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই অগ্নিকাণ্ড(Houses Burn in Fire)
  • ক্ষতিগ্ৰস্ত হৈছে প্ৰায় দুই লক্ষাধিক টকাৰ সা-সম্পত্তি
  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.