Union Minister Sarbananda Sonowal:দুদিনীয়া কাৰ্যসূচীৰে বৰাকত সৰ্বানন্দ সোণোৱাল

author img

By

Published : Nov 19, 2022, 2:14 PM IST

Union Minister Sarbananda Sonowal

আজি দুপৰীয়া শিলচৰত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Minister Sarbananda Sonowal) । বদৰপুৰত থকা সময়ত তেওঁ জাহাজঘাট পৰিদৰ্শন কৰিব ।

কৰিমগঞ্জ, ১৯ নৱেম্বৰ:কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে বৰাক উপত্যকাত উপস্থিত হ'ব (Sarbananda Sonowal at Barak Valley)। উল্লেখ্য় যে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে বৰাক ভ্ৰমণ কৰিব । আজি দুপৰীয়া বিমানেৰে আহি শিলচৰত উপস্থিত হৈ কৰিমগঞ্জ জিলালৈ যাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ।

উল্লেখ্য় যে, বদৰপুৰত থকা সময়ত তেওঁ জাহাজঘাট পৰিদৰ্শন কৰিব । ইপিনে, বিয়লি তিনি বজাত এখন সভাত উপস্থিত থাকিব । তদুপৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এখন পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰিব । ইয়াকে লৈ বিজেপি কৰ্মী-সমৰ্থকৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে (Sarbananda Sonowal will in review meeting)।

লগতে পঢ়ক:Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.