Road accident in Karimgjan: 100 ফুট তলত পৰিল বনভোজকাৰী দলৰ বাহন, দুজনৰ মৃত্যু

author img

By

Published : Jan 7, 2023, 10:23 PM IST

Road accident in Karimgjan

কৰিমগঞ্জৰ ৰাতাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পাহাৰৰ পৰা 100 মিটাৰ তলত পৰিল বনভোজলৈ যোৱা দলৰ বাহন ৷ দুৰ্ঘটনাত দুজন লোকৰ কৰুণ মৃত্যু ৷ গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে 13গৰাকীকৈ লোক ৷ ছাতাচূড়া পাহাৰৰ গাৰদত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷

নিউজ ডেস্ক, 7 জানুৱাৰী: কৰিমগঞ্জৰ ৰাতাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা(accident in Karimganj) ৷ পাহাৰৰ পৰা 100 মিটাৰ তলত পৰিল বনভোজলৈ যোৱা দলৰ বাহন ৷ দুৰ্ঘটনাত দুজন লোকৰ কৰুণ মৃত্যু ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 13গৰাকীকৈ লোক(Accident in Karimgaj Ratabari) ৷ ছাতাচূড়া পাহাৰৰ গাৰদত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.