অসমৰ প্রাক্তন মুখ্য সচিব অৰুণোদয় ভট্টাচাৰ্যৰ শেষ নিশ্বাস

author img

By

Published : Sep 11, 2022, 12:41 PM IST

Updated : Sep 11, 2022, 2:10 PM IST

Former Chief Secretary Arunoday Bhattacharya passes away

শনিবাৰে দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰাক্তন মুখ্য সচিব অৰুণোদয় ভট্টাচাৰ্যৰ মৃত্যু (Arunoday Bhattacharya passes away) ৷

কৰিমগঞ্জ, 11 ছেপ্টেম্বৰ: অসমৰ প্ৰাক্তন মুখ্য সচিব অৰুণোদয় ভট্টাচাৰ্যৰ মৃত্যু (Arunoday Bhattacharya passes away) ৷ শনিবাৰে দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ভট্টাচাৰ্যই ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ শাসনকালত মুখ্য সচিব হিচাপে অধিষ্ঠিত হৈছিল ভট্টাচাৰ্য (Former Chief Secretary Arunoday Bhattacharya) ৷ এজন দক্ষ প্ৰশাসনিক বিষয়া হিচাপে অৰুণোদয় ভট্টাচাৰ্য পৰিচিত আছিল ৷

প্ৰাক্তন মুখ্য সচিবগৰাকীৰ মৃত্যুত সমগ্ৰ বৰাক উপত্যকাতে শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ বিধ্বস্ত ৰূপ: আছে চিকিৎসালয় নাই চিকিৎসক

Last Updated :Sep 11, 2022, 2:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.