প্ৰশাসনে ছীল কৰিলে কৰিমগঞ্জৰ PFI কাৰ্যালয়

author img

By

Published : Sep 28, 2022, 12:23 PM IST

Badarpur police sealed PFI office in Karimganj

PFI ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত (PFI leaders arrested in Karimganj) ৷ মঙলবাৰে নিশা কৰিমগঞ্জত PFI ৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান ৷ অভিযানকালত আটক কৰিবলৈ সক্ষম হয় দুই PFI নেতাক ৷ বদৰপুৰৰ লামাজুৱাৰ গাঁৱৰ বজলুল কৰিম আৰু কৰিমগঞ্জৰ বিস্কুট গাঁৱৰ আবু ছালেহক আটক কৰিবলৈ সক্ষম হয় বদৰপুৰ আৰক্ষীয়ে ৷ সেই মৰ্মে আজি বদৰপুৰ আৰক্ষীয়ে ছীল কৰে ভাংগাত থকা PFI কাৰ্যালয়টো ৷

  • PFI ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত (PFI leaders arrested Across Assam)
  • মঙলবাৰে নিশা কৰিমগঞ্জত PFI ৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান (Raids against PFI)
  • অভিযানকালত আটক দুই PFI নেতা (PFI leaders arrested in Karimganj)
  • বদৰপুৰৰ লামাজুৱাৰ গাঁৱৰ বজলুল কৰিম আৰু কৰিমগঞ্জৰ বিস্কুট গাঁৱৰ আবু ছালেহক আটক কৰিছে বদৰপুৰ আৰক্ষীয়ে
  • তাৰোপৰি আজি বদৰপুৰ আৰক্ষীয়ে ছীল কৰিলে ভাংগাত থকা PFI কাৰ্যালয়টো
  • সেই স্থানৰ পৰা আৰু অধিক PFI ৰ নেতাক আটক হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিলে আৰক্ষীয়ে
  • আটকাধীন বাজলুল কৰিমে কেইবাবছৰ ধৰি এই কাৰ্যালয়টোৰ পৰাই চলাই গৈছিল নিষিদ্ধ ঘোষিত সংগঠনটোৰ কাম-কাজ
  • উল্লেখ্য যে, কেন্দ্ৰই পাঁচ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে PFI কে ধৰি ইয়াৰ সহযোগী মৰ্চাসমূহক
    প্ৰশাসনে ছীল কৰিলে কৰিমগঞ্জৰ PFI কাৰ্যালয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.