বোকাজানত বজ্ৰ পৰি এগৰাকী মহিলাৰ মৃত্যু

author img

By

Published : Sep 15, 2022, 7:04 PM IST

Updated : Sep 15, 2022, 10:02 PM IST

women-dies-in-lightning-strike-in-bokajan

বজ্ৰ পৰি মৃত্যু এগৰাকী মহিলাৰ (Women dies in lightning strike) ৷ বোকাজানৰ টিংলিজানৰ দ-হোলা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ পথাৰলৈ গৰু আনিবলৈ যাওঁতে বজ্ৰ পৰি মৃত্যু হয় মহিলাগৰাকীৰ ৷

  • বোকাজানত অঘটন
  • বজ্ৰ পৰি মৃত্যু এগৰাকী মহিলাৰ (Women dies in lightning strike)
    বোকাজানত বজ্ৰ পৰি এগৰাকী মহিলাৰ মৃত্যু
  • বোকাজানৰ টিংলিজানৰ দ-হোলা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা
  • পথাৰলৈ গৰু আনিবলৈ যাওঁতে বজ্ৰ পৰি মৃত্যু হয় মহিলাগৰাকীৰ
  • মৃত মহিলাগৰাকীৰ নাম পুতু মেচ বুলি জানিব পৰা গৈছে
  • ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ
Last Updated :Sep 15, 2022, 10:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.