Women arrested with Ganja: ডিফু ৰে’ল ষ্টেচনত গাঞ্জাসহ আটক ৬০ উৰ্ধৰ এগৰাকী মহিলা

author img

By

Published : Nov 23, 2022, 8:22 AM IST

Women arrested with Ganja in Diphu Railway station

ডিফু ৰে’ল ষ্টেচনত আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (Women arrested with Ganja) ৷ অভিযান কালত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক ৬০ উৰ্ধৰ এগৰাকী মহিলা ৷ মহিলাগৰাকীৰ পৰা জব্দ কৰা হয় ৩০ কেজি ৫০০ গ্ৰাম ওজনৰ গাঞ্জা (Ganja Seized in Diphu Railway Station) ৷

  • ডিফু ৰে’ল ষ্টেচনত আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (Women arrested with Ganja)
  • অভিযানকালত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক ৬০ উৰ্ধৰ এগৰাকী মহিলা
  • মহিলাগৰাকীৰ পৰা জব্দ ৩০ কেজি ৫০০ গ্ৰাম ওজনৰ গাঞ্জা (Ganja Seized in Diphu Railway Station)
  • কাৰ্বি আংলঙৰ উপ আৰক্ষী অধীক্ষক নিলোৎপল শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান
  • মহিলাগৰাকীয়ে গাঞ্জাখিনি ডিমাপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ চেষ্টা চলাইছিল বুলি উল্লেখ আৰক্ষীৰ
  • অধিক তথ্যৰ বাবে মহিলাগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে
    ডিফু ৰে’ল ষ্টেচনত গাঞ্জাসহ আটক ৬০ উৰ্ধৰ এগৰাকী মহিলা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.