ডিমা হাছাও আৰু কাৰ্বি-আংলঙত আত্মপ্ৰকাশ নতুন বিদ্ৰোহী সংগঠনৰ

author img

By

Published : Sep 12, 2022, 8:37 PM IST

New insurgent group emerges in Assam

ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাত নতুন বিদ্ৰোহী সংগঠনৰ আত্মপ্ৰকাশ (New insurgent group emerges in Assam) । সংগঠনটোৰ নাম ডিমাছা নেচনেল লিবাৰেচন ট্ৰেইবেল চুমুকৈ DNLT ৷

  • ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলা লৈ নতুন বিদ্ৰোহী সংগঠনৰ আত্মপ্ৰকাশ (New insurgent group emerges in Assam)
  • নাম ডিমাছা নেচনেল লিবাৰেচন ট্ৰেইবেল চমুকৈ DNLT
  • DNLT ৰ ফালৰ পৰা মঙলবাৰ বিয়লি 5 বজাৰ পৰা 36 ঘণ্টাৰ ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলা বন্ধৰ আহ্বান জনোৱা হৈছে
  • এই নতুন বিদ্ৰোহী সংগঠনৰ চেয়াৰমেন হৈছে ওৰাং ডিমাছা আৰু উগ্ৰপন্থী সংগঠনটোৰ সচিব হৈছে বাইথাংদাও ডিমাছা
  • সংগঠনটোৰ ফালৰ পৰা এক বিবৃত্তি যোগে জানিবলৈ দিয়া মতে, ডিমাছা জনগোষ্ঠীৰ সৰ্বভৌমত্ত ৰক্ষাৰ বাবে এই উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশ হৈছে
  • ইয়াৰ উপৰিও সংগঠনটোৰ মতে, ডিমা হাছাও জিলাৰ ডিমাছাসকলৰ লগতে তেওঁলোকৰ ভূমি ৰক্ষাৰ বাবে জন্ম হৈছে এই সংগঠনৰ
    New insurgent group emerges in Assam
    ডিমা হাছাও আৰু কাৰ্বি-আংলঙত আত্মপ্ৰকাশ নতুন বিদ্ৰোহী সংগঠনৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.