UN highest environmental honor: ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান

author img

By

Published : Nov 22, 2022, 8:49 PM IST

UN highest environmental honor to Purnima Devi Barman

অসমৰ বিশিষ্ট পৰিৱেশবিদ ড৹ পূৰ্ণিমা দেৱী বৰ্মনক ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান ‘চেম্পিয়ন অফ দ্যা আৰ্থ-২০২২’ বঁটাৰ বাবে মনোনীত কৰা হৈছে (UN highest environmental honor to Purnima Devi Barman) ৷

  • অসমৰ বিশিষ্ট পৰিৱেশবিদ ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ ‘চেম্পিয়ন অফ দ্যা আৰ্থ-২০২২’ সন্মান
  • 'হাড়গিলা বাইদেউ' হিচাপে পৰিচিত ড৹ পূৰ্ণিমা দেৱী বৰ্মন (UN highest environmental honor to Purnima Devi Barman)
  • ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ
  • পূৰ্ণিমা দেৱী বৰ্মনে বিশ্বজুৰি বিপদাপন্ন হোৱা বিভিন্ন প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ বাবে কাম কৰি আহিছে
  • ইতিমধ্যে তেওঁ ২০১৭ ত গ্ৰীণ অস্কাৰ বঁটা আৰু ২০১৮ ত ভাৰত চৰকাৰৰ নাৰীশক্তি পুৰস্কাৰ লাভ কৰিছে
  • ড৹ পূৰ্ণিমা দেৱী বৰ্মন বেচৰকাৰী প্ৰতিষ্ঠান অৰণ্যকৰ সৈতেও জড়িত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.