ULFA(I) Press Release: আলফা(স্বা:)ৰ সদস্য যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসমৰ মৃত্যু

author img

By

Published : Dec 5, 2022, 12:43 PM IST

ULFA(I) Press Release

আলফা(স্বা:)ৰ সদস্য যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসমৰ মৃত্যু(ULFA I member) ৷ আলফা(স্বা:)ৰ 86নং গোটৰ নবাগত সদস্য আছিল যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসম ৷ যোৱা কিছু দিন ধৰি একাধিক জটিল ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাইভেট দীপক অসম ৷

নিউজ ডেস্ক, 5 ডিচেম্বৰ: আলফা(স্বা:)ৰ সদস্য যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসমৰ মৃত্যু(ULFA I member) ৷ আলফা(স্বা:)ৰ 86নং গোটৰ নবাগত সদস্য আছিল যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসম ৷ যোৱা কিছু দিন ধৰি একাধিক জটিল ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাইভেট দীপক অসম ৷

চিকিৎসাধীন অৱস্থাতে 4 ডিচেম্বৰ তাৰিখে অৰ্থাৎ দেওবাৰে পুৱা 5.45 বজাত মৃত্যুক আকোঁৱালি লয় আলফা(স্বা:)ৰ সদস্য গৰাকীয়ে (ULFA I cadre passed away)৷ সংবাদমাধ্যমলৈ এক বিবৃতি প্ৰদান কৰি এই কথা সদৰি সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে ৷ উল্লেখ্য যে, কামৰূপ জিলাৰ নুনমাটি থানাৰ অন্তৰ্গত কেন্দুগুৰি গাঁৱৰ শিৱ শৰ্মাৰ পুত্ৰ আছিল যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসম ৷ মৃত যুগল শৰ্মাক ’অমৰ মৃতক’ ঘোষণা আলফা স্বাধীনৰ ৷

লগতে পঢ়ক: লখিমপুৰ ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.