Robbery in Guwahati: নিৰাপত্তাৰক্ষীক বান্ধি ডমিন’জত ডকাইতৰ লুটপাত

author img

By

Published : Nov 23, 2022, 12:24 PM IST

Updated : Nov 23, 2022, 1:45 PM IST

Robbery took place in Nayanpur Guwahati

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ এইবাৰ ডকাইতে বান্ধিলে খোদ নিৰাপত্তাৰক্ষীকে ৷ গনেশগুৰিৰৰ নয়নপুৰত সংঘটিত হৈছে ডকাইতিৰ ঘটনাটো ৷

  • মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড
  • এইবাৰ ডকাইতে বান্ধিলে খোদ নিৰাপত্তাৰক্ষীকে
  • গনেশগুৰিৰৰ নয়নপুৰত সংঘটিত হৈছে ডকাইতিৰ ঘটনাটো
  • ডমিন’জ পিজা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত ডকাইতৰ লুটপাত
  • জিতেন বৰ্মন নামৰ নিৰাপত্তাৰক্ষীজনক হাতে ভৰিয়ে বান্ধি চলালে লুটপাত
  • ৫-৬ জনীয়া ডকাইতৰ দলটোয়ে পুৱতি নিশা প্ৰায় ৪ বজাত চলালে লুটপাত
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
    নিৰাপত্তাৰক্ষীক বান্ধি ডমিন’জত ডকাইতৰ লুটপাত
Last Updated :Nov 23, 2022, 1:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.