Firing at Panjabari: পাঞ্জাবাৰীত গুলীচালনাৰ ঘটনা, নিহত এজন

author img

By

Published : Nov 21, 2022, 12:53 PM IST

Updated : Nov 21, 2022, 1:44 PM IST

One injured in firing at Panjabari Guwahati

গুৱাহাটী মহানগৰীত গুলীচালনাৰ ঘটনা ৷ পাঞ্জাবাৰীত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷ পূৰৱী ডেইৰী সমীপত ঘটিল এই ঘটনা ৷

  • গুৱাহাটী মহানগৰীত গুলীচালনাৰ ঘটনা
  • পাঞ্জাবাৰীত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা
  • পাঞ্জাবাৰীস্থিত পূৰৱী ডেইৰীৰ সমীপত ঘটিল এই ঘটনা
  • গুলীচালনাত মৃত্যু হৈছে এজন লোকৰ
  • মৃত লোকজন পূৰৱী ডেইৰীৰ মেনেজাৰ ৰঞ্জিৎ বৰা
  • মূৰত গুলী লাগিছিল ৰঞ্জিৎ বৰাৰ
  • GMCH ত মৃত ঘোষণা গুলিবিদ্ধ ৰঞ্জিৎ বৰাক
  • ICICI বেংকত ধন জমা দিবৰ বাবে গৈছিল পূৰৱী ডেইৰীৰ মেনেজাৰ বৰা
  • হঠাৎ বাইকত অহা দুই দুৰ্বৃত্তই গুলীয়াই থৈ যায় ৰঞ্জিৎ বৰাক
  • প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এখন চাৰিচকীয়া বাহনত আহিছিল ৰঞ্জিত বৰা
    পাঞ্জাবাৰীত গুলীচালনাৰ ঘটনা, নিহত এজন
Last Updated :Nov 21, 2022, 1:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.