ICUত ভৰ্তি বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱা

author img

By

Published : Sep 22, 2022, 10:37 AM IST

Neel Pawan Baruah admitted in hospital

স্বনামধন্য চিত্রশিল্পী নীলপৱন বৰুৱা অসুস্থ ৷ বুধবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আই চি ইউত 24 ঘণ্টা নিৰীক্ষণৰ পিছত শিল্পীগৰাকী বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে (Neel Pawan Baruah admitted in hospital)৷

  • স্বনামধন্য চিত্রশিল্পী নীলপৱন বৰুৱা অসুস্থ
  • কেইবাদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী
  • বুধবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় শিল্পীগৰাকীক
  • বিগত 24 ঘণ্টা আই চি ইউত চিকিৎসকৰ নিৰীক্ষণত আছে শিল্পীগৰাকী
  • বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে
  • বিশেষজ্ঞ চিকিৎসকৰ তত্বাবধানত তেওঁৰ চিকিৎসা চলাই থকা হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.