GMC Mud scam: গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত আৰক্ষীৰ জালত

author img

By

Published : Dec 2, 2022, 10:48 PM IST

GMC Mud scam Mithu Agarwala arrested by assam police

গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক গ্ৰেপ্তাৰ(GMC Mud scam Mithu Agarwala arrested)

  • গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক গ্ৰেপ্তাৰ(GMC Mud scam Mithu Agarwala arrested)
  • বিহাৰৰ পৰা শুকুৰবাৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিঠু আগৰৱালাক(GMC Mud scam Mithu Agarwala arrested by assam police)
  • মিঠু আগৰৱালাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জাৰি কৰিছিল LOOK OUT ন’টিচ
  • দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল এইজন মিঠু আগৰৱালা
  • জিএমচিৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত আছিল মিঠু আগৰৱালা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.