গড়চুকত ৩০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ এজন সৰবৰাহকাৰী আটক

author img

By

Published : Sep 29, 2022, 2:14 PM IST

Drugs paddler arrested with  drugs by Gorchuk Police in Guwahati

ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ নিচাযুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে (Anti drugs operation) ৷ ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ পিছতো এইবাৰ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গড়চুক আৰক্ষীৰ অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছ জব্দ কৰে (Drugs paddler arrested with drugs ) ৷

  • অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গড়চুক আৰক্ষীৰ অভিযান
  • গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত কটাহবাৰীৰ এটা ভাড়াঘৰত অভিযান চলাই ৩০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে (Drugs paddler arrested with drugs)
  • লগতে মোবাইল ফোন অৰু নগদ ধনো জব্দ কৰে আৰক্ষীয়ে
  • অভিযানত গড়চুক আৰক্ষীয়ে আফজল আনচাৰী নামৰ ড্ৰাগছ সৰবৰাহকাৰী এটাকো আটক কৰে
  • অধিক তথ্যৰ বাবে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.