সাৱধান! পৃথিৱীৰ ভিতৰতে ক'লা কাৰ্বনৰ প্ৰদূষণস্থলী গুৱাহাটী

author img

By

Published : Jul 21, 2019, 7:55 PM IST

আনহাতে, 2018 চনত প্ৰকাশিত CBHI প্ৰতিবেদন অনুসৰি অসমত 2017 চনত 225 জন লোকৰ মৃত্যু কেৱল শ্বাস-প্ৰশ্বাসজনিত কাৰণত হৈছে । কিন্তু ইয়াৰ বিপৰীতে মিজোৰামত 36 জন, মণিপুৰত 23 জন , ত্ৰিপুৰাত 21 লোকৰ হে মৃত্যু হৈছে । তাৰোপৰি Pollution Board of Assamৰ এক সমীক্ষা অনুসৰি গুৱাহাটী মহানগীৰত পৃথিৱীৰ ভিতৰতে ক'লা কাৰ্বনৰ প্ৰদূষণ সবাতোকৈ বেছি ।

গুৱাহাটী, 21 জুলাইঃ মহানগৰীৰ নেডফি হাউছত " ডাক্তৰ ফৰ ক্লিন এয়াৰ " । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বায়ু তীব্ৰ গতিত প্ৰদূষিত হৈছে । এই প্ৰদূষণ বিৰুদ্ধে সময় থাকোতেই ব্যৱস্থা গ্ৰহণ নকৰিলে সমগ্ৰ মানৱ জীৱনলৈ আহিব পাৰে ভাবুকি ৷ আজি মহানগৰীত এই বিষয়ে আলোচনা অনুষ্ঠিত কৰে বিশেষজ্ঞ তথা চিকিৎসকৰ সকলে ।

সাবধান! পৃথিৱীৰ ভিতৰতে কলা কাৰ্বনৰ প্ৰদূষণস্থলী গুৱাহাটী


আনহাতে, 2018 চনত প্ৰকাশিত CBHI প্ৰতিবেদন অনুসৰি অসমত 2017 চনত 225 জন লোকৰ মৃত্যু কেৱল শ্বাস-প্ৰশ্বাসজনিত কাৰণত হৈছে । কিন্তু ইয়াৰ বিপৰীতে মিজোৰামত 36 জন, মণিপুৰত 23 জন , ত্ৰিপুৰাত 21 লোকৰ হে মৃত্যু হৈছে । তাৰোপৰি Pollution Board of Assamৰ এক সমীক্ষা অনুসৰি গুৱাহাটী মহানগীৰত পৃথিৱীৰ ভিতৰতে ক'লা কাৰ্বনৰ প্ৰদূষণ সবাতোকৈ বেছি ।


উল্লেখ্য যে, 'ডাক্তৰ ফৰ ক্লিন এয়াৰ' নামৰ সন্থাটোয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে । দেওবাৰে 'ডাক্তৰ ফৰ ক্লিন এয়াৰ' নামে আয়োজিত কৰ্মশালাত ক্লিন এয়াৰ চেম্পিয়ন ডাঃ ৰস্না দাস হাজৰিকা, প্ৰফেছৰ সুভাষ খান্না আৰু ডাঃ অঞ্জলি বৰুৱা লগতে উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসক আৰু বিশষজ্ঞসকল উপস্থিত থাকে ।

Intro:মহানগৰীৰ নেফি হাউছত " ডাক্তৰ ফৰ ক্লিন এয়াৰ " নামে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । বৰ্তমান অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বায়ু তীব্ৰ গতিত প্ৰদূষিত হৈছে । এই প্ৰদূষণ বিৰুদ্ধে সময় থাকোতেই ব্যৱস্থা গ্ৰহণ নকৰিলে সমগ্ৰ মানৱ জীৱনলৈ যে ভাবুকি কঢ়িয়াই আনিব এই বিষয় সমূহক লৈ আলোচনা কৰে বিশেষজ্ঞ তথা চিকিৎসক সকলে ।


Body:আনহাতে ২০১৮ চনত প্ৰকাশিত CBHI এখন প্ৰতিবেদন অনুসৰি অসমত ২০১৭ চনত ২২৫ জন লোকৰ মৃত্যু কেৱল শ্বাস প্ৰশ্বাস জনীত কাৰণত হৈছে । কিন্তু ইয়াৰ বিপৰীতে মিজোৰামত ৩৬ জন , মণিপুৰত ২৩ জন , ত্ৰিপুৰাত ২১ লোকৰ হে মৃত্যু হৈছে । pollution board of Assamৰ এক সমীক্ষা অনুসৰি গুৱাহাটী মহানগৰত পৃথিৱীৰ ভিতৰতে কলা কাৰ্বনৰ প্ৰদূষণ সবাতোকৈ বেছি ।


Conclusion:' ডাক্তৰ ফৰ ক্লিন এয়াৰ' নামৰ এই সন্থাটো য়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে । দেওবাৰে 'ডাক্তৰ ফৰ ক্লিন এয়াৰ' অনুষ্ঠিত কৰা এই কৰ্মশালাত ক্লিন এয়াৰ চেম্পিয়ন ডাঃ ৰস্না দাস হাজৰিকা , প্ৰফেছৰ সুভাষ খান্না আৰু ডাঃ অঞ্জলি বৰুৱা লগতে উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসক আৰু বিশষজ্ঞ সকল উপস্থিত থাকে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.