বাতিল হ’ল অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া যোগদান কাৰ্যসূচী

author img

By

Published : Sep 30, 2022, 11:47 AM IST

বাতিল হ’ল অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া যোগদান কাৰ্যসূচী

স্থগিত কৰা হ’ল বিজেপিৰ যোগদান কাৰ্যসূচী ৷ 8 অক্টোবৰত অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল এই কাৰ্যসূচী (BJP joining programme cancelled)৷

  • স্থগিত কৰা হ’ল বিজেপিৰ যোগদান কাৰ্যসূচী(BJP joining programme cancelled)
  • 8 অক্টোবৰত অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল এই কাৰ্যসূচী(Amit Shah to visit Assam)
  • বহু কংগ্ৰেছী নেতাই এই অনুষ্ঠানতে বিজেপিত যোগদান কৰিব বুলি চলিছিল চৰ্চা
  • কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘোটোৱাৰেও(Congress leader Pranjal Ghatowar) এই অনুষ্ঠানতে বিজেপিত যোগদান কৰিব বুলি ৰাজনৈতিক মহলত হৈছিল সৰৱ চৰ্চা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.