উত্তৰ প্ৰদেশত উদ্ধাৰ মহানগৰীৰ অপহৃত কিশোৰী
Published on: Sep 21, 2022, 7:15 PM IST

উত্তৰ প্ৰদেশত উদ্ধাৰ মহানগৰীৰ অপহৃত কিশোৰী
Published on: Sep 21, 2022, 7:15 PM IST
গুৱাহাটীত পুনৰ কিশোৰী অপহৰণৰ ঘটনা (Kidnapping of teenager) ৷ মহানগৰীৰ ৰিহাবাৰীৰ পৰা ৩ ছেপ্টেম্বৰত সন্ধানহীন হৈছিল এগৰাকী কিশোৰী ৷ ঘটনা সন্দৰ্ভত পল্টন বজাৰ থানাত পৰিয়ালৰ লোকে ৰুজু কৰিছিল গোচৰ ৷ অৱশেষত উত্তৰ প্ৰদেশৰ পৰা মংগলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰীগৰাকীক ৷
- গুৱাহাটীত পুনৰ কিশোৰী অপহৰণৰ ঘটনা (Kidnapping of teenager)
- মহানগৰীৰ ৰিহাবাৰীৰ পৰা ৩ ছেপ্টেম্বৰত সন্ধানহীন হৈছিল এগৰাকী কিশোৰী
- ঘটনা সন্দৰ্ভত পল্টন বজাৰ থানাত পৰিয়ালৰ লোকে ৰুজু কৰিছিল গোচৰ
- ইয়াৰ পাছতেই মহানগৰ আৰক্ষীয়েও আৰম্ভ কৰিছিল অভিযান
- তদন্তত কিশোৰীগৰাকীক অপহৰণ কৰি উত্তৰ প্ৰদেশলৈ নিয়া বুলি আৰক্ষীয়ে লাভ কৰিছিল তথ্য
- এই তথ্যৰ ভিত্তিতে উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছিল মহানগৰ আৰক্ষীৰ এটা দল
- অৱশেষত উত্তৰ প্ৰদেশৰ পৰা মংগলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰীগৰাকীক
- লগতে গ্ৰেপ্তাৰ কৰিলে অশোক কুমাৰ নামৰ এজন যুৱকক (Assam Teenager rescued in Uttar Pradesh)
- ছচিয়েল মিডিয়াৰ যোগে চিনাকি হৈ কিশোৰী গৰাকীক ফুচুলাই লৈ যোৱাৰ অভিযোগ

Loading...