অৱশেষত জয়মালাৰ কাষত অসম চৰকাৰৰ প্ৰতিনিধি দল

author img

By

Published : Sep 19, 2022, 8:31 PM IST

অৱশেষত জয়মালাৰ কাষত অসম চৰকাৰৰ প্ৰতিনিধি দল

জয়মালাক স্বচক্ষে প্ৰত্যক্ষ কৰিল অসম চৰকাৰৰ এটা প্ৰতিনিধি দলে ৷ তামিলনাডুত জয়মালা সুস্থ অৱস্থাত থকা বুলি জনালে দলটোৱে (Jayamala elephant in Tamil Nadu)৷

  • সোমবাৰে জয়মালাৰ কাষ পালেগৈ অসম চৰকাৰৰ বনবিভাগৰ এটা দল
  • ৰাজ্যৰ পৰা যোৱা বন বিভাগৰ এটা বিশেষ দলে অৱশেষত জয়মালাক পৰিদৰ্শন কৰিবলৈ সক্ষম হয়
  • বন বিভাগৰ দলটোত আছিল বন সংৰক্ষক হিতেশ মিশ্ৰ, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু অধ্যাপক কে কে(Assam State Forest Department officials)
  • তামিলনাডুৰ শ্ৰীভিলিপুথুৰৰ আন্দাল মন্দিৰত থকা হাতীটো সুস্থ অৱস্থাত থকা বুলি জনালে দলটোৱে(Jayamala elephant in Tamil Nadu)
  • ১৫ লাখ টকা ব্যয়েৰে নিৰ্মিত এটা পুখুৰীত জয়মালাই গা ধুই থকা বুলি জনায় অসমৰ বিষয়াসকলে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.