সীমা সমস্যা সমাধানৰ হকে নতুন দিল্লীত বৈঠকত মিলিত হ’ব অসম আৰু মিজোৰাম মুখ্যমন্ত্ৰী

author img

By

Published : Sep 21, 2022, 9:31 AM IST

Assam and Mizoram CM to sat on meeting today in Delhi over the border dispute

আজি নতুন দিল্লীত অনুষ্ঠিত হ’ব অসম মিৰোজামৰ সীমা সমস্যাক লৈ মুখ্যমন্ত্ৰী পৰ্য়ায়ৰ বৈঠক (Assam Mizoram border dispute) ৷ এই বৈঠকত মিলিত হ’ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা ৷

  • আজি অসম মিৰোজামৰ সীমা সমস্যাক লৈ অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰী পৰ্য়ায়ৰ বৈঠক (Assam Mizoram border dispute) ৷
  • নতুন দিল্লীত বৈঠকত মিলিত হ’ব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা ৷
  • দুয়ো ৰাজ্যৰ সীমাক লৈ দীৰ্ঘদিন ধৰি চলি আছিল সংঘাত (Border conflict of Assam) ৷
  • ইয়াৰ পূৰ্বে আইজলত অনুষ্ঠিত হৈছিল দুয়োখন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক ৷
  • এই বৈঠকত অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল উপস্থিত আছিল ৷
  • উক্ত বৈঠকতে থিৰাং কৰা হৈছিল মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ কথা ৷
  • সেই অনুসৰিয়েই আজি দিল্লীত মিলিত হ’ব অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীদ্বয় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.