National Games 2022 : গুজৰাটৰ ৰাষ্ট্ৰীয় গেমছত সোণৰ পদক অৰ্জন অম্লান বৰগোহাঁ‌ইৰ

author img

By

Published : Oct 1, 2022, 4:06 PM IST

National Games 2022

গুজৰাটৰ ৰাষ্ট্ৰীয় গেমছত সোণৰ পদক অৰ্জন কৰিলে অম্লান বৰগোহাঁ‌ইয়ে (Amlan Borgohain wins gold medal at National Games) ৷ 10.38 ছেকেণ্ডত 100 মিটাৰ দৌৰ সম্পন্ন কৰিলে অম্লানে ৷ আনহাতে, ল’ন বলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে অসম কন্যা নয়নমণি শইকীয়াই ৷

  • গুজৰাটৰ ৰাষ্ট্ৰীয় গেমছত (National Games 2022) অসম সন্তানৰ সাফল্য
  • সোণৰ পদক অৰ্জন অম্লান বৰগোহাঁ‌ইৰ (Amlan Borgohain wins gold medal at National Games)
  • 100 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন অসম সন্তানৰ (Amlan Borgohain Sets New 100m National Record)
  • 10.38 ছেকেণ্ডত সম্পন্ন কৰিলে 100 মিটাৰ দৌৰ
  • আনহাতে, ল’ন বলত ব্ৰঞ্জৰ পদক অৰ্জন অসম কন্যা নয়নমণি শইকীয়াৰ (Nayanmani Saikia wins bronze medal in lawn ball)
  • গুজৰাটৰ ৰাষ্ট্ৰীয় গেমছত বৰ্তমানলৈকে 5 টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.