Actor Siddharth Sharma: অসুস্থ জনপ্ৰিয় কৌতুক অভিনেতা KK খ্যাত সিদ্ধাৰ্থ শৰ্মা

author img

By

Published : Nov 13, 2022, 1:42 PM IST

Actor Siddharth Sharma hospitalized

উচ্চ ৰক্তচাপৰ লগতে ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাজন ৷ সম্প্ৰতি গুৱাহাটী হেল্থ চিটী হাস্পতালৰ ICU ত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী(Guwahati Health City Hospital) ৷

  • গুৰুতৰভাৱে অসুস্থ KKখ্যাত সিদ্ধাৰ্থ শৰ্মা(Actor Siddharth Sharma)
  • গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ICU ত ভৰ্তি সিদ্ধাৰ্থ শৰ্মাক
  • উচ্চ ৰক্তচাপৰ লগতে ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাজন
  • শনিবাৰে বিয়লি প্ৰায় ৫ বজাত চিকিৎসালয়ত ভৰ্তি কৰা হয় শৰ্মাক
  • বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাসৰ অভিনয়ত ব্যস্ত হৈ আছিল অভিনেতাগৰাকী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.